Mega Bihu Event Dhol or palos Tutorial for Guinness World Records | বিহু ঢোল বাদন | Ridip Tukaria

1 year ago
5

0:00 আৰম্ভণি
1:51 ছুটি চেও-১
ঘেন ঘেনি ঘেন তাক তাখি ঘেনী ঘেন তাক ,
ঘেন ঘেনি ঘেন তাক তাখি ঘেনী ঘেন তাক ৷
ধিল পিচা মিৰি দাও , ধিল পিচা মিৰি দাও
তাখি খেন যেন তাক ঘেন ৷
ল'ৰা ছোৱালী একেলগে ৰিণিকি ৰিণিকি (দেখো গাঁও এখনি) (সেই খনি (চেনাইৰে) ও গাঁও

পেঁপা (আৰু ভাল গগণা)২ (বল চেনাই তালৈকে বাওঁ)।
ঢোলৰ কাৰৰ লগত পেঁপাৰ যোজনা
যোজনা
ল'ৰা— কিনো চ'ত ----------------- মাত।
3:08 ঢোলৰ চুটি ছেওঁ: ২
{ঘেন তাক , ঘেন তাক, তাল বিচা মিৰি দাও ধুৰ ধুৰ দাও দাও ৷
তিখেন নিতি তি ঘেন দাও ,তাল বিচা মিৰি দাও ধুৰ ধুৰ দাও ৷} x2
{ঘেন দাও, ঘেন দাও , তি ঘেন নিতি ঘেন দাও ৷
তাখি ৰিখি ,তাখি ৰিখি , তাখি ৰিখি তাক ৷} x2
ঘেন ঘেনা খিত তাক ,খিতি ঘেনা খিত তাক ,
খিত তাখি ঘেন ঘেন ঘেন ৷
তাক তাক
ঘেন ঘেনা খিত তাক ,খিতি ঘেনা খিত তাক ,
খিত তাখি ঘেন ঘেন ঘেন ৷
ছোৱালী — অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো। তাতোতকৈ চেনেহৰ বহাগৰ
ভাঙনি -ঘেন ঘেনা খিত তাক ,খিতি ঘেনা খিত তাক ,
খিত তাখি ঘেন ঘেন ঘেন ৷ x২
জাত নাম :
চতে গৈয়ে এগৈয়ে ধিনদৌ দৌ, (বহাগে পালেহি ধিনদৌ দৌ)২, ফুলিলে ভেবেলী ধিনদৌ দৌ, লতা। কৈনো কৈ থাকিলে ধিনদৌ দৌ, (ওৰকে নপৰে ধিনদৌ)২, ৰঙালী বিহুৰে ধিনদৌ দৌ কথা। ঢোলৰ ভাঙনী :
(লৈ লাং লাং থৈ লৈং লাং পদুমনী পুখুৰীত জাকৈ বাও)। ৰঙিলী বাই ঐ পমিলী বাই ঐ বিহু মাৰিবলৈ, বিছ মাৰিবলৈ হেহে হেহে যাও।
5:26 ঢোলৰ চেওঁৰ -৩
লগত গগণা
{ঘেন তা ঘেন নিতিখিতি , ঘেনি ঘেন তাক ৷
খিত তা ঘেন নিতিখিতি ,খিত খিতি খিত তাক ৷} x2
ঘেন তা ঘেন নিতিখিতি ,খিত তা ঘেন নিতিখিতি,
খিত তাখি ঘেন ঘেন ঘেন ৷
তাক তাক
যোৰা নাম-
ল'ৰা :
হায় হায় তুমি ভাতে খোৱা অ' মাজনী ঐ (ৰূপৰ পানে ধুৱা)২ চাপৰি ঐ বোটলা চুৱা । হায় হায় লাজে নকৰিবা অ' মাজনী ঐ
(তুমি আমাৰ নাচনী) ২ (যোৰা নাম ঐ এফাকি গোৱা)২।
ঢোলৰ ভাঙনী : তাখি তি ঘেন (x3) খিত তাক
ছোৱালী :
হায় হায় নামৰো আছিলো চেনাইটি ঐ
(ঘায়ে নো সমনীয়া ঐ)২ পদৰো ঐ আছিলো খাই।
হায় হায় নামো পাহৰিলো চেনাইটি ঐ (পদো নো পাহৰিলো ঐ)২
(বিহুৰ তলিত তোমাক লগ পায়) ২।
ঢোলৰ ভাঙনী :
পেঁপা: তিনি কলি বাজিব
চেওঁ
ছোৱালীৰ যোজনা :
আ গলি বাঁহৰে ----------- মঙ্গলখন চাও ।
গগণা ১৬ মাত্রা। (ছোৱালীয়ে বজাব) গগণাৰ গীত :
ল'ৰা : (গগণা আৰণি, গগণা পুৰণি) ২ (গগণাত ঐ বিন্ধিলে খুনে। (এই বেলি বহাগত তোমাক বিয়া দিলে) ২ (গগণা ঐ বজাব) ২ কোনে।

7:22 ঢোলৰ চেওঁ : ৪
{তাক ঘেন, তাক ঘেন , তাক ঘেন খিত খিত ৷
ধিল পিছা মিৰি দাও ,ধিল পিছা মিৰি দাও ৷} x2
তাক ঘেন খিত তাক ,ঘেন ঘেনা খিত তাক ৷ x2
ধিল পিছা মিৰি দাও ,ধিল পিছা মিৰি ,
তাক ঘেন ঘেন তাক ঘেন ৷
তাক তাক

ছোৱালী :
{তাল বিছা মিৰি দাও ধিল পিছা মিৰি দাও
তাল বিছা মিৰি দাও ধুৰু ধুৰু দাঁও} x2

বনশীৰে দাৰি, দাৰি কী ঐ বৰশীৰে দাবি, দাৰি কী ঐ সুৰু কৈ যে বৰ-বৰলৰ ঐ টোপ....
যিয়ে দিব পাৰি, পাৰিবি ঐ মিনাকৰা গেছে, গেজেবেৰা ঐ সিয়ে নিব পাৰিব মোকে ঐ চেনাই টি (ক'বলৈ নে নে পালো) ২ (মনৰে কথাটি)২ খুলি ।
ল'ৰা : তোমালৈকো আনি আনিছো ঐ মিনা কৰা গেজে গেজৰা ঐ মিনা কৰা গেজে গেজেৰা ঐ তাৰ লগত আনি আনিছো ঐ ফুলি।
তোমাৰে ঐ দেহা দেহাটি ঐ পদুমৰে পাহি পাহিটি ঐ তোমাক মাতিম ৰূপহী বুলি ঐ চেনাই টি (ক'বলৈ নে নে
পালো) ২ (মনৰে কথাটি)২ খুলি।
9:48 ঢোলৰ চেওঁ : ৫
{ঘেন তাক ,ঘেন তাক ,ঘেন তা ঘেন খিতি ঘেনি ৷
তাক তাখি ,তাক তাখি , দি ঘেনা খিত তাক ৷} x2
ঘেন ঘেনা খিত তাক ,খিতি ঘেনা খিত তাক,
খিত তাখি ঘেন ঘেন ঘেন ৷
তাক তাক
ঘেন ঘেনা খিত তাক ,খিতি ঘেনা খিত তাক ৷
খিত তাখি ঘেন ঘেন ঘেন ৷
গগণা ৮ মাত্রা :
ল'ৰা :
কাকা কাকা কাৱৈ টিলিকা / (ছোৱালী ) — মিমি মামা মাটি চেলেকা ২। পা পা পাপা পােিলনে বা বাৰু মম মজা আইকন লিহি পিহি কৈ ক'লৈ যাৱ তলৈ তলৈ কৈ। (ব’চোন ঐ ৰ’চোন ঐ)2 (আছো নো মই তোলৈ বাট) ২

চাই।
ছোৱালী :

(ল'ৰা) কাকা কাকা কাৱৈ টিলিকা/ মিমি মামা মাটি চেলেকা২। পাপা পাপা পালিনে বা বাৰু মম মজা দেহি জলৌ জপৌ কৈ কৈ কলৈ যাৱ তলৈ তলৈ কৈ। ৰ'চোন ঐ ৰ'চনো ঐ পিতাই আছে তোলৈ বাট পিতাই আছে তোলৈ বাট চাই।

ধেমেলীয়া : (ল'ৰা)

দিখৌ নৈ লেতেৰা খুলীয়া খুবীয়া (ভোগদৈ লেতেৰা পানী) ২ হয় হয় হয় ছোৱালী লেতেৰা বিজুলী চুকুৱা মুখত মিচিকীয়া হাঁহি চেলেং বাখৰ ঐ ৰাঙলী মদাৰৰ পানে চেলেং বাখৰ ঐ (ৰাঙলী মদাৰৰ)২ পান।

11:23 ছুটী চেওঁ : ৬
{ঘেন দা খিত তাক দি ঘেন তাক ৷
খিত তা খিত তাক দি ঘেন তাক ৷|} x2
ঘেন উৰু ঘেন তাক ,দি ঘেনা খিত ,
খিত তাখি ঘেন ঘেন ঘেন ৷
ছোৱালী :
নৈৰে লেতেৰা খুলীয়া খুবীয়া বিলাহি লেতেৰা পাহি হয় হয় হয় ডেকাৰে লেতেৰা নিবুকা চামোন । ঐ মুখত মিচিকিয়া হাঁহি চেলেং বাখৰ ঐ ৰঙালী মদাৰৰ পানে চেলেং বাখৰ ঐ ৰঙালী মদাৰ পান। ল'ৰা :
চিত পখিলা উৰাদি উৰ তই নাচনী তাকুৰী ঐ ঘুৰাদি খুব তাই নাচনী তাকুৰী ঐ তাকুৰী ঐ ঘুৰাদি খুব। এপৰ দুপৰ কৰি ৰাতি পাৰে হ'ব আমাৰ বিহুত আমনি নাই।

13:09 ঢোলৰ চেওঁ : ৭
ঘেন ঘেন তি ঘেন দাও ,খিতিঘেন ঘেন তি ঘেন দাঁও, তি ঘেন , তাল বিচা মিৰি দাও ধুৰ দাও দাও ৷
তাল বিচা মিৰি দাও ধুৰ দাও দাও ৷

ঘেন ঘেন ঘেন ঘেন দাঁও ৷
তাল বিচা মিৰি দাও ধিল পিছা মিৰি দাও ৷x2
ঘেন ঘেন ঘেন ঘেন দাঁও ৷
তাল বিচা মিৰি দাও ধিল পিছা মিৰি দাও ৷x2
ঘেন গুদু ঘেন দাঁও ,তি ঘেন নিতি ঘেন দাও ,
তাখি তিখেন নাকি ঘেনা ঘেন ৷
ঘেন গুদু ঘেন দাঁও ,তি ঘেন নিতি ঘেন দাও,
তাখি তিখেন নাকি ঘেনা ঘেন ৷
প্লাক প্লাক ,প্লাক প্লাক ৷
তাক ঘৃঘেন নাকি ঘেন ,তাক ঘৃঘেন নাকি ,
তাক ঘেন ঘেন তাক ঘেন ৷
ৰাতি পৰে পৰে ফেঁচাই কুৰুলিয়াই আমাৰ বিহু ভাঙোতা নাই।

♬ CREDITS ♬

Recorded at Bharti Music Studio

Recording and Sound - Rupam Bora
Camera, Editing and Graphics - Deepsun

Special Thanks to
Runumi Boro Bora
Paban Kumar Bora

#bihu #বিহু #bihudance #bihusong #folkdance #dance #assamese #assam #guinnessworldrecords
#worldrecord #folk #northeastindia #sarusajaistadium
#guwahati #megabihuevent #performance
#demo #practice #bihuworldrecord #megabihuevent

Loading comments...